বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী
বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী, First Female Heads of Different Countries
বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী
মহিলাৰ নাম —— দেশ——পদবী
ইন্দিৰা গান্ধী——ভাৰত——প্ৰধানমন্ত্ৰী
প্ৰতিভা দেৱ সিং পাটিল——ভাৰত——ৰাষ্ট্ৰপতি
মাৰ্গাৰেট হিল্ডা থেছাৰ——ইংলণ্ড——প্ৰধানমন্ত্ৰী
লাডিয়া গেভেইলাৰ তেভাজা——বলিভিয়া——ৰাষ্ট্ৰপতি
মেৰি ইউগেনীয়া চাৰ্লচ——ডনিমিকা——প্ৰধানমন্ত্ৰী
মাদিঅ’ৰ বযে——চেনেগাল——প্ৰধানমন্ত্ৰী
মেগাৱতী চুকাৰ্নপুত্ৰী——ইন্দোনেচীয়া——ৰাষ্ট্ৰপতি
ৱেইৰা ৱাইক ফ্রেইবাৰজা——লটভিয়া——ৰাষ্ট্ৰপতি
মেৰিয়া ইজাবেল পেৰন——আৰ্জেন্টিনা——ৰাষ্ট্ৰপতি
মিয়েৰা মস্কোচো——পানামা——ৰাষ্ট্ৰপতি
গোল্ডা মেইৰ——ইজৰাইল——ৰাষ্ট্ৰপতি
চিৰিমেভিঊ বন্দৰনাইক——শ্ৰীলংকা——প্ৰধানমন্ত্ৰী
কাজিমিয়েৰা নচকীয়েন——লিথুৱানিয়া——প্ৰধানমন্ত্ৰী
ভায়োলেটা বেৰিওজ দ্য শ্ব্যেমৰো——নিকাৰোগুৱা——ৰাষ্ট্ৰপতি
বেগম খালেদা জিয়া——বাংলাদেশ——প্ৰধানমন্ত্ৰী
ইডিথ ক্ৰেচন——ফ্রান্স——প্ৰধানমন্ত্ৰী
ভিগডিচ ফিনেবাগাডট্ৰিৰ——আইচলেণ্ড——ৰাষ্ট্ৰপতি
গ্ৰো হাৰমেল ব্রন্টটলাণ্ড——নৰৱে——প্ৰধানমন্ত্ৰী
কোৰাজোন একুইনো——ফিলিপিনচ——ৰাষ্ট্ৰপতি
মেৰিয়া লেবিৰেয়া পিটাৰচ——নেদাৰলেণ্ড——প্ৰধানমন্ত্ৰী
বেনজিৰ ভূট্টো——পাকিস্থান——প্ৰধানমন্ত্ৰী
চন্দ্ৰিকা কুমাৰাতুংগে——শ্ৰীলংকা——ৰাষ্ট্ৰপতি
জেনেট জগন——গায়েনা——প্ৰধানমন্ত্ৰী
মেৰী মেক এলিচ——আয়াৰলেণ্ড——ৰাষ্ট্ৰপতি
মেৰি ৰবিনচন——আইচলেণ্ড——ৰাষ্ট্ৰপতি
হান্নাচুশ্বোচক—–পোলেণ্ড——প্ৰধানমন্ত্ৰী
কিম কেম্পেবল——কানাডা——প্ৰধানমন্ত্ৰী
জেনি শ্বিপলে——নিউজিলেণ্ড——প্ৰধানমন্ত্ৰী
তনুচ্ চিলেৰ——তুৰ্কী——প্ৰধানমন্ত্ৰী। ০ ০ ০
বিভিন্ন দেশৰ প্ৰথম মহিলা মুৰব্বী, First Female Heads of Different Countries
You May Like: